প্ৰভানমনPravanaman
শশী প্ৰভা দেৱী / Sashi Prava Devi

ওঁ শান্তিঃ

আইতাৰ স্মৃতিত এখন স্মৰণিকাA memorial volume for our grandmother

স্বৰ্গীয়াThe late শশী প্ৰভা দেৱী Sashi Prava Devi

জন্মBorn
১৭ ফাগুন, ১৩৫০ ভাস্কৰাব্দ১ মাৰ্চ, ১৯৪৪ · বুধবাৰ1 March, 1944 · Wednesday17 Phagun, 1350 Bhaskarabda
পৰলোকপ্ৰাপ্তিPassed away
৭ কাতি, ১৪৩৩ ভাস্কৰাব্দ২৫ অক্টোবৰ, ২০২৬ · দেওবাৰ25 October, 2026 · Sunday7 Kati, 1433 Bhaskarabda

অৱসৰপ্ৰাপ্ত কৃতী শিক্ষয়িত্ৰীDistinguished Retired Teacherচকৰিগাঁও মজলীয়া বিদ্যালয়, নগাঁওChakarigaon M. V. School, Nagaon

ন জায়তে ম্ৰিয়তে ৱা কদাচি-
ন্নায়ং ভূত্বা ভৱিতা ৱা ন ভূয়ঃ।
অজো নিত্যঃ শাশ্বতোঽয়ং পুৰাণো-
ন হন্যতে হন্যমানে শৰীৰে।।

The self is never born and never dies;
Having been, it does not cease to be.
Unborn, eternal, everlasting and ancient,
It is not slain when the body is slain.

শ্ৰীমদ্ভগৱদ্গীতা [২.২০]Śrīmad Bhagavad Gītā [2.20]

সূচীপত্ৰContents

    সম্পাদকীয়Editorial

    জীৱন পৰিক্ৰমাHer Life’s Journey

    শ্ৰদ্ধাঞ্জলিTributes of Reverence

    ইচ্ছুক সন্মানীয় সকলোলৈ তেওঁলোকৰ লিখনিসমূহ contact@pravanaman.blogলৈ প্ৰেৰণ কৰিবলৈ, অথবা সম্পাদনা সমিতিৰ লগত যোগাযোগ কৰিবলৈ অনুৰোধ জনোৱা হ'ল।All who wish to are respectfully requested to send their writings to contact@pravanaman.blog, or to get in touch with the editorial committee.

    শোক প্ৰস্তাৱসমূহMotions of Condolence

    বাতৰি কাকতৰ পৃষ্ঠাৰ পৰাFrom the Pages of the Press

    সামাজিক মাধ্যমৰ পৰাFrom Social Media

    শোকসন্তপ্ত পৰিয়ালThe Bereaved Family