
ওঁ শান্তিঃ
আইতাৰ স্মৃতিত এখন স্মৰণিকাA memorial volume for our grandmother
স্বৰ্গীয়াThe late শশী প্ৰভা দেৱী Sashi Prava Devi
- জন্মBorn
- ১৭ ফাগুন, ১৩৫০ ভাস্কৰাব্দ১ মাৰ্চ, ১৯৪৪ · বুধবাৰ1 March, 1944 · Wednesday17 Phagun, 1350 Bhaskarabda
- পৰলোকপ্ৰাপ্তিPassed away
- ৭ কাতি, ১৪৩৩ ভাস্কৰাব্দ২৫ অক্টোবৰ, ২০২৬ · দেওবাৰ25 October, 2026 · Sunday7 Kati, 1433 Bhaskarabda
অৱসৰপ্ৰাপ্ত কৃতী শিক্ষয়িত্ৰীDistinguished Retired Teacherচকৰিগাঁও মজলীয়া বিদ্যালয়, নগাঁওChakarigaon M. V. School, Nagaon
ন জায়তে ম্ৰিয়তে ৱা কদাচি-
ন্নায়ং ভূত্বা ভৱিতা ৱা ন ভূয়ঃ।
অজো নিত্যঃ শাশ্বতোঽয়ং পুৰাণো-
ন হন্যতে হন্যমানে শৰীৰে।।
The self is never born and never dies;
Having been, it does not cease to be.
Unborn, eternal, everlasting and ancient,
It is not slain when the body is slain.
শ্ৰীমদ্ভগৱদ্গীতা [২.২০]Śrīmad Bhagavad Gītā [2.20]
সূচীপত্ৰContents
সম্পাদকীয়Editorial
জীৱন পৰিক্ৰমাHer Life’s Journey
শ্ৰদ্ধাঞ্জলিTributes of Reverence
ইচ্ছুক সন্মানীয় সকলোলৈ তেওঁলোকৰ লিখনিসমূহ contact@pravanaman.blogলৈ প্ৰেৰণ কৰিবলৈ, অথবা সম্পাদনা সমিতিৰ লগত যোগাযোগ কৰিবলৈ অনুৰোধ জনোৱা হ'ল।All who wish to are respectfully requested to send their writings to contact@pravanaman.blog, or to get in touch with the editorial committee.
সামাজিক মাধ্যমৰ পৰাFrom Social Media